শব্দ তৰঙ্গশব্দ ভেদ

শব্দ বিভ্ৰাট (Assamese) [ Roman: xob.do bi.bhrat]
Contributed by: Mousumi Konwar on 2023-09-11
1. (Abstract Noun) use of a wrong word in place of another word with a similar sound দুটা শব্দৰ উচ্চাৰণ প্ৰায় একে হোৱাৰ বাবে এটা শব্দৰ পৰিৱৰ্তে আন এটা শব্দ ভুলকৈ ব্যৱহাৰ কৰা